Skill university স্থাপন হ’ব দৰং জিলাত

0 462

দৰংবাসী বাবে সুখবৰ।দৰংত নিৰ্মাণ হ’ব Skill University. এই university খনে হ’ব ভাৰতৰ ভিতৰত প্ৰথম খন skill university . ইতিমধ্যে প্ৰশাসনে ২৫০ বিঘা ভূমি আবন্টন দিছে। অসম দক্ষ বিশ্ববিদ্যালয়ৰ নামেৰে নামাকৰণ হ’ব এই বিশ্ববিদ্যালয়খন। বিশ্ব বেংকেও ৯৪০ কোটি টকা অনুদান আগবঢ়াইছে।জানিব পৰা মতে অহা ১৫ ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব।আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Leave A Reply

Your email address will not be published.