দৰং জিলাৰ বৰুৱাঝাৰ গাঁৱক ডিজিটেল গাঁৱৰ আওতাত বাচনি কৰা হৈছে ।ইয়াৰ বাবে বিভিন্ন সেৱা গাঁওখনত আগবঢ়োৱা হৈছে ।তাৰ ভিতৰত টেলি মেডিচিন, অনলাইন স্বাস্থ্য পৰীক্ষা, অনলাইন পশু চিকিৎসা, সৌৰশক্তি চালিত বাল্ব, অনলাইন আইনী সাহাৰ্য্য কেন্দ্ৰৰ পৰা আদি বোৰ অন্যতম ।ডিজিটেল সেৱাৰ কোষ পৰিচালনা কৰিবলৈ জিলা দুজনকৈ পৰিচালক থাকিব বুলি জানিব পৰা গৈছে ।উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল গাঁৱৰ সেৱা আঁচনিৰ অন্তৰ্গত দৰং জিলাৰ এই গাঁওখনক বাচনি কৰা হৈছে ।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press