মহানগৰীত মুষলধাৰ বৰষুণ ।চৌদিশে অন্ধকাৰময় পৰিবেশ । মুষলধাৰ বৰষুণৰ মাজতো কৰ্তব্য পালনত ব্যস্ত হৈ পৰিছে, এগৰাকী ট্ৰেফিক আৰক্ষী বিষয়া ।সদাব্যস্ত মহানগৰীৰ বশিষ্ঠ চাৰিআলিত আজি এনেদৰে দেখা গ’ল কৰ্তব্যৰত অৱস্থাত থকা এজন আৰক্ষী বিষয়া ।মিঠুন দাস নামৰ আৰক্ষী বিষয়াজনে যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল।কৰ্তব্য সমাপনৰ তাগিদাতে নিজৰ কথা চিন্তা নকৰা মিঠুন দাসৰ এই কৰ্মই আজি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা