এগৰাকী ট্ৰেফিক আৰক্ষী বিষয়াৰ কৰ্তব্যবোধ

0 249

মহানগৰীত মুষলধাৰ বৰষুণ ।চৌদিশে অন্ধকাৰময় পৰিবেশ । মুষলধাৰ বৰষুণৰ মাজতো কৰ্তব্য পালনত ব্যস্ত হৈ পৰিছে, এগৰাকী ট্ৰেফিক আৰক্ষী বিষয়া ।সদাব্যস্ত মহানগৰীৰ বশিষ্ঠ চাৰিআলিত আজি এনেদৰে দেখা গ’ল কৰ্তব্যৰত অৱস্থাত থকা এজন আৰক্ষী বিষয়া ।মিঠুন দাস নামৰ আৰক্ষী বিষয়াজনে যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল।কৰ্তব্য সমাপনৰ তাগিদাতে নিজৰ কথা চিন্তা নকৰা মিঠুন দাসৰ এই কৰ্মই আজি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

Leave A Reply

Your email address will not be published.