তিনিচকীয়া বাহনৰ অগ্ৰণীয় নিৰ্মাতা বাজাজ প্ৰতিষ্ঠান বাজাজ অট’ৱে আজি উত্তৰ পূব ভাৰতত কিউট মুকলি হয়।অসম চৰকাৰে কোৱাড্ৰিচাইকেল হিচাপে নতুন শাখাৰ কিউট মুকলি কৰে।আজি মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক সংবাদ মেলত এই বিশেষ গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰে বাজাজ অট’ৰ জেনেৰেল মেনেজাৰ মুকেশ কুমাৰ তিৱাৰীয়ে।আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰশান্ত অহিৰে কয় যে ভাৰতত স্বাধীনতাৰ পিচত এনেধৰণৰ নতুন ডিজাইনৰ গাড়ী বজাৰত মুকলি হৈছে।কিউটৰ পে’ট্ৰল গাড়ীৰ মাইলেজ প্ৰতি লিটাৰত ৩৫কিলোমিটাৰ আৰু চি এন জি গাড়ীৰ মাইলেজ ৪৫কিলোমিটাৰ ।এই বিশেষ গাড়ীখনক কাৰিকৰী দিশৰ পৰা নতুনত্বৰ অনা হৈছে ।কিউটৰ বজাৰ মূল্য ২.৮৩লাখ টকা।ভাৰততে নিৰ্মাণ হোৱা কিউট যোগাযোগৰ বাবে অনুকূল, চলাবলৈ সহজ আৰু সকলো ধৰণৰ বতৰৰ বাবে উপযোগী ।উল্লেখযোগ্য যে ইউৰোপীয়ান দেশত ৩০বছৰৰ আগতে এনে গাডী নিৰ্মাণ হৈছিল।
Trending
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত