এজন প্ৰকৃতিপ্ৰেমীৰ মানৱীয়তা ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা লাভ কৰিছে ।কাজিৰঙাৰ বছাঁগাৱৰ মনোজ গগৈৰ প্ৰকৃতি প্ৰেমৰ বাস্তৱ কাহিনীৰে নিৰ্মিত হৈছে The man who speak nature শীৰ্ষক এখন তথ্য চিত্ৰ ।বোকাখাতৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই এই তথ্যচিত্ৰ খন প্ৰস্তুত কৰি উলিয়াইছে ।উল্লেখযোগ্য যে তথ্যচিত্ৰ খনে ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেলত সন্মান আজুৰিবলৈ সক্ষম হৈছিল ।কাজিৰঙাৰ মনোজ গগৈয়ে দীৰ্ঘদিন বন্যপ্ৰাণী সংৰক্ষণ আৰু পক্ষী সংৰক্ষণৰ লগত জৰিত হৈ আছে ।৮মিনিট ৩০ ছেকেণ্ডত নিৰ্মাণ হোৱা তথ্য চিত্ৰখন বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী