এজন প্ৰকৃতিপ্ৰেমীৰ মানৱীয়তা ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা লাভ কৰিছে ।কাজিৰঙাৰ বছাঁগাৱৰ মনোজ গগৈৰ প্ৰকৃতি প্ৰেমৰ বাস্তৱ কাহিনীৰে নিৰ্মিত হৈছে The man who speak nature শীৰ্ষক এখন তথ্য চিত্ৰ ।বোকাখাতৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই এই তথ্যচিত্ৰ খন প্ৰস্তুত কৰি উলিয়াইছে ।উল্লেখযোগ্য যে তথ্যচিত্ৰ খনে ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেলত সন্মান আজুৰিবলৈ সক্ষম হৈছিল ।কাজিৰঙাৰ মনোজ গগৈয়ে দীৰ্ঘদিন বন্যপ্ৰাণী সংৰক্ষণ আৰু পক্ষী সংৰক্ষণৰ লগত জৰিত হৈ আছে ।৮মিনিট ৩০ ছেকেণ্ডত নিৰ্মাণ হোৱা তথ্য চিত্ৰখন বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা