আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত শীৰ্ষস্থান স্থান লাভ কৰিলে তেজপুৰৰ চয়ন মজুমদাৰে ।দৰংকলেজৰ পৰা চয়নে বিজ্ঞান শাখাত ৯৫. ৬শতাংশ লাভ কৰিবলৈ সক্ষম হ’ল।ভৱিষ্যতে চয়নে কাৰিকৰী অভিযন্তা হোৱাৰ কথা ব্যক্ত কৰে।এক সাক্ষাৎকাৰত চয়নে আধ্যাত্মিক গ্ৰন্থ গীতা নিয়মীয়াকৈ অধ্যয়নৰ কথা ব্যক্ত কৰে।গীতাৰ বাণীসমূহক বিশ্বাস কৰাৰ লগতে কৰ্মযুগক বিশ্বাস কৰিব লাগে বুলি মন্তব্য কৰে।চয়নৰ মতে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ হ’লে বিষয়বস্তুক আয়ত্ব কৰিব লাগিব আৰু নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগিব ।চয়নৰ এই সফলতাই আকাশ চুমক।আমাৰ থাকিল অলেখ শুভকামনা ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুৱ জ্যোতি নাথে ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন