অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিফু চৰকাৰী মহাবিদ্যালয়ে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মূল্যায়ন মণ্ডল হিচাপে সন্মান পাইছে।উল্লেখযোগ্য যে ১৪৩খন মূল্যায়ন মণ্ডলৰ ভিতৰত ডিফু চৰকাৰী মহাবিদ্যালয়ে শ্ৰেষ্ঠ সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ।বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ আমন্ত্ৰণ ক্ৰমে মহাবিদ্যালয় খনৰ ইংৰাজী আৰু ৰসায়ন বিভাগৰ প্ৰৱক্তাই এই সন্মান গ্ৰহণ কৰে।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা