বৰাক উপত্যকাত অসমীয়া ভাষা শিকণৰ প্ৰথমটো কেন্দ্ৰ অসম সাহিত্য সভাই মুকলি কৰিছে।তেজপুৰ বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ আন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সহযোগিতাত অসমৰ সকলো অঞ্চলিক ভাষা কেন্দ্ৰটোত শিকোৱা হ’ব।কালি আনুষ্ঠানিকভাবে কেন্দ্ৰটো মুকলি কৰি পৰমানন্দ ৰাজবংশীয়ে কয় যে কেন্দ্ৰটোত অসমীয়াৰ লগতে আঞ্চলিক ভাষাও শিকোৱা হ’ব।পাঠ্যক্ৰমৰ সময়সীমা ছমাহৰ পৰা এবছৰ পৰ্যন্ত হ’ব।উল্লেখযোগ্য যে অসম সাহিত্য সভাই অসমীয়া ভাষা ব্যৱহাৰৰ প্ৰসংগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা