মহানগৰীস্থিত আইচ ক্ৰীমৰ বিপনী পাবৰায়ে ১৫ আগষ্টত এবছৰ অতিক্ৰম কৰিব ।সেই উপলক্ষে আয়োজিত আজি অনুষ্ঠানত উপস্থিত হয় সন্মানীয় ৰাজ্যপালৰ পত্নী প্ৰেম মুখী।তেখেতে আইচ ক্ৰীমৰ বিপনী খনত উপস্থিত হৈ বিভিন্ন স্বাদৰ আইচ ক্ৰীমৰ সোৱাদ লয়।উল্লেখযোগ্য যে এই বিপনীখন তামান্না চমনী আৰু নেহা পৰিৱাল নামৰ দুগৰাকী মহিলা উদ্যমীয়ে পৰিচালনা কৰি আছে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন