আজিৰে পৰা ১০দিনীয়া কাৰ্য্যসূচীৰে মহানগৰীৰ ৰুক্মিণীগাঁৱত অনুষ্ঠিত হৈছে মেকআপৰ কৰ্মশালা ।বলিউডৰ প্ৰথিতযশা মেক আপ আৰ্টিষ্ট নগেন্দ্ৰ তিৱাৰী আৰু মুম্বাইত প্ৰতিষ্ঠিত মেক আপ আৰ্টিষ্ট জুৰি কলিতাই এই কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰিছে।মেকআপৰ কৰ্মশালাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চিম্পল গগৈয়ে।উদ্বোধনী অনুষ্ঠানত ফটোগ্ৰাফাৰ পল্লৱ মহন্ত, ডিজাইনাৰ পায়েল গোস্বামী ,ৰজী বৰা,অভিনেত্ৰী অবিস্মিতা ভৰদ্বাজ উপস্থিত থাকে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা