পাব্লিক ৰিলেশ্বনছ চ’চাইটি অৱ ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত পাব্লিক ৰিলেশ্বনছ ইন ব্ৰিজিং গেপছ শীৰ্ষক এক সমাৰোহ কালি ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয়।সমাৰোহখনত পি আৰ সকলৰ ভূমিকাৰ সম্পৰ্কে আলোচনা হয়।সমাৰোহৰ লগত সংগতি ৰাখি পি আৰ ২০২০ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে ।গ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰীতা ভিমানীয়ে। বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায়১০০জন ছাত্ৰ ছাত্ৰীয়ে সমাৰোহখনত অংশগ্ৰহণ কৰে ।সমাৰোহখনত এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা, চি ই অ ৰীতা ভিমানী,ৰিণিকি ভূঞা শৰ্মা, মধুচন্দা অধিকাৰী, প্ৰাঞ্জল শইকীয়া, কৌশিক বেজবৰুৱাকে আদি বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা