পাব্লিক ৰিলেশ্বনছ চ’চাইটি অৱ ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত পাব্লিক ৰিলেশ্বনছ ইন ব্ৰিজিং গেপছ শীৰ্ষক এক সমাৰোহ কালি ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হয়।সমাৰোহখনত পি আৰ সকলৰ ভূমিকাৰ সম্পৰ্কে আলোচনা হয়।সমাৰোহৰ লগত সংগতি ৰাখি পি আৰ ২০২০ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে ।গ্ৰন্থ খন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰীতা ভিমানীয়ে। বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায়১০০জন ছাত্ৰ ছাত্ৰীয়ে সমাৰোহখনত অংশগ্ৰহণ কৰে ।সমাৰোহখনত এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা, চি ই অ ৰীতা ভিমানী,ৰিণিকি ভূঞা শৰ্মা, মধুচন্দা অধিকাৰী, প্ৰাঞ্জল শইকীয়া, কৌশিক বেজবৰুৱাকে আদি বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা