সাহিত্যই সমাজক উপকৃত নকৰিলে, সেই সাহিত্য মূল্যহীন।এই মন্তব্য ডক্টৰ ইলিয়াছ আলীৰ।আজি দিশপুৰ প্ৰেছ ক্লাবত আয়োজিত নয়া ঠাৱৰ উন্মোচনী সভাত এই মন্তব্য কৰে।বিশিষ্ট সাংবাদিক অমল গুপ্তৰ সম্পাদিত মাহেকীয়া আলোচনী নয়া ঠাৱৰে সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাংবাদিক জয়শ্ৰী গোস্বামী মহন্ত, পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ আলী, বিপুল শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা