বাঁহৰ সা সামগ্ৰীৰ ব্যৱহাৰ আৰু গুৰুত্ব বৃদ্ধি কৰা, কাৰিকৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ অধীনত মুকলি হয় বেত আৰু বাঁহৰ প্ৰযুক্তিৰ এক উদ্যান।মেঘালয়ৰ বৰ্ণিহাটত অৱস্থিত এই উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে।উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰি সিঙে কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই প্ৰকল্প হাতত লোৱা হৈছে । ২০১৪চনৰ পৰা প্ৰকল্পটোৰ কাম কাজ আৰম্ভ কৰা হৈছিল ।উল্লেখযোগ্য যে বাঁহ আৰু বেতৰ শিল্পকৰ্মৰ লগত জৰিত উদ্যমী সকলে ইয়াৰ জৰিয়তে এখন মঞ্চ লাভ কৰিব ।উদ্যানখনত বিভিন্ন বাঁহৰ সামগ্ৰী প্ৰস্তুতকৰণ,প্ৰদৰ্শনীৰ লগতে বিক্ৰীও ব্যৱস্থা কৰা হৈছে ।উদ্বোধনী অনুুুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত