এন আৰ এল আৰু ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটউট গুৱাহাটীৰ মাজত আজি দুই কোটি ব্যয় সাপেক্ষে বি চি আইত এটা শিশু অ’নকোলজী ৱাৰ্ড স্থাপনৰ বাবে চুক্তি হয় ।বি চি আইৰ সঞ্চালক ডক্টৰ এ চি কাকতি আৰু এন আৰ এলৰ চি জি এম ডি চৌধুৰীয়ে আৰু এন আৰ এলৰ জ্যেষ্ঠ চি জি এম বি এক্কাৰ লগত চুক্তিত স্বাক্ষৰ কৰে।এই শিশু অন’কোলজী’ ৱাৰ্ডত ১৫খন বিচনাযুক্ত ডে কেয়াৰ কেমোথেৰাপী ইউনিট আৰু এক ৰিক্ৰিয়েশ্বনেল তথা ক্ৰিয়েভিটি অঞ্চল থাকিব। কোম্পানীটোৱে এনেদৰে চি এছ আৰ কাৰ্য্যসূচীৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।
Trending
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ