বয়সে তলাব নোৱাৰা এজন দুদান্ত তৰুণ।শতবৰ্ষ গৰকিবলৈ মাজত মাত্ৰ এটা বছৰ তৰুণজনৰ আছে ।এডাল লাখুটিক সাৰথি কৰিয়ে তেখেতে দৈনন্দিন জীৱনৰ নিজৰ সমস্ত কাম কৰে।পশুধনক চোৱা চিতাৰ উপৰিও এটা ভাটৌক চোৱা চিতা কৰে।শুনি আচৰিত হ’ব এই বয়সতো তেখেতে প্ৰতিদিনে ২কিলো মিটাৰ খোজ কাঢে।তেখেতৰ নাম ক্ষেতেকেশ্বৰ বৰুৱা।গোলাঘাট চান্দমাৰিৰ ১০নং ৱাৰ্ডৰ বাসিন্দা।তেখেতে সুস্বাস্থ্যৰ গৰাকী হোৱাৰ মূলতে আছে দৈনন্দিন জীৱন শৈলী খাদ্যৰ তালিকাত আছে নিৰামিষ ভাত, কল,গাখীৰ আৰু পিঠাগুৰি।জানিব পৰা মতে সৰুৰে পৰা তেখেত স্বাস্থ্যৰ প্ৰতি সজাগ আছিল।১৯৩২ চনত অসমত মহাত্মা গান্ধীক লগ পাইছিল।৯৯বছৰত ভৰি দিয়া এই তৰুণৰ কৰ্ম সকলোৱে আদৰ্শ হৈ ৰওক।সুস্বাস্থ্যৰ গৰাকী হওক।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা থাকিল বহু শুভকামনা।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam