শিশু বয়সৰ পৰা সঞ্চয় কৰিবলৈ শিকাব লাগে।দিনে ১টকাকৈ জমা কৰিলে পিছলৈ সেয়া বহুত হৈ পৰে।এই মন্তব্য গুৱাহাটী ইণ্ডিয়ান বেংকৰ মাণ্ডলিক প্ৰবন্ধক তন্ময় দে’ৰ।কালি গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ আই চি চি খচুৰা সঞ্চয় সুবিধা সন্মিলনত বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিনিয়োগকাৰী সকলৰ মাজত আলোচনাচক্ৰ অনুষ্ঠিত হয়।সঞ্চালক বিনোদ টোডী উপস্থিত থাকি গ্ৰাহক সকলক বিভিন্ন প্ৰশ্নৰ সম্পৰ্কত উত্তৰ দিয়ে।অনুষ্ঠানত মিউচুৱেল ফাণ্ড শাখাৰ বহুকেইজন মুৰব্বী উপস্থিত থাকে।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি