ওদালগুৰি মহাবিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

0 286

এইবাৰ কটন বিশ্ববিদ্যালয়ৰ পিছত ওদালগুৰি মহাবিদ্যালয়ে চেনিটাইজাৰ প্ৰস্তুত কৰিছে।ওদালগুৰি মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে ৬০ মিলিমিটাৰৰ চেনিটাইজাৰ প্ৰস্তুত কৰি আজি জিলা প্ৰশাসনৰ হাতত প্ৰদান কৰিছে।
 
 
জানিব পৰা মতে মহাবিদ্যালয় খনৰ ৪ গৰাকী অধ্যাপক আৰু ৭ গৰাকী শিক্ষাৰ্থীয়ে এই চেনিটাইজাৰসমূহ  প্ৰস্তুত কৰি উলিয়াইছে।
 
 
 
স্মতৰ্ব্য যে  চেনিটাইজাৰ সমূহ আৰক্ষীয়ে জনসাধাৰণক বিতৰণ কৰিব। যি সময়ত চেনিটাইজাৰৰ চৰা দামে গ্ৰাহকক মাধমাৰ সোধাইছে, সেই সময়ত এই চেনিটাইজাৰ সমূহে সকাহ যোগাব বুলি আশা কৰিব পাৰি।
 
 

Leave A Reply

Your email address will not be published.