পৰম্পৰাক ৰক্ষা কৰি উদযাপন হ’ল গৰু বিহু

0 630

আজি গৰু বিহু।সমগ্ৰ ৰাজ্যতে উলহে মালহে নহ’লেও অনুষ্টুপীয়াকে হ’লেও আজি অনুষ্ঠিত হ’ল গৰু বিহু ।পূৰ্বৰ পৰম্পৰাৰ মাজৰে সামাজিক দূৰত্ব বজাই ৰাখি অসমীয়াই গৰু বিহু উদযাপন কৰে  ।অধিকাংশ লোকে গৰুক গা ধুৱাবলৈ নদীলৈকে গৰুক নিব পৰা হ’ল যদিও একাংশই মাহ হালধিৰে গা ধুৱাই মংগল কামনা কৰি বিহু উদযাপন কৰে।

Leave A Reply

Your email address will not be published.