ভোগালী মানে ভোগৰ বতৰ। হাঁহে-মাহে মাছে-মঙহে এসাজ ভালকৈ খোৱাৰ বতৰ । শুনা যায় মেজি সাজি মেজিৰ জুঁইৰ উম ল’বলৈ অথবা সমূহীয়াকৈ এসাজ খোৱাৰ উদ্দেশ্যেৰে ভেলাঘৰ সজা হয়। সময় পৰিবৰ্ত্তনৰ লগে লগে ভেলাঘৰ ন ন ৰূপত সজোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ ভেলাঘৰৰ ফটোৰে আজি NE Focus.com ৰ পৃষ্ঠা সজোৱা হৈছে। ফটো সমূহ আামলৈ প্ৰেৰণ কৰিলে বিশ্বনাথৰ ভাৰ্গৱ বৰুৱা, দুধনৈৰ সাংবাদিক বেনজিন বড়ো, নলবাৰীৰ সাংবাদিক চেলিম মালিক, তেজপুৰৰ সাংবাদিক ধ্ৰুৱজ্যোতি নাথে। আশা কৰিছো ভেলাঘৰ চাই ভাল পাব । এই চেগতে সকলোকে ভোগালী বিহুৰ ওলগ জনালো।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা





