লাভলিনা সহ ২৯জন অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত

0 514

অসম গৌৰৱ লাভলিনা বৰগোঁহাই সহ ২৯ জনক অৰ্জুন বঁটা বাবে স্পটচ মিনিষ্টীৰ চিলেকচন কমিটিয়ে নিৰ্বাচন কৰিছে।ইয়াৰ ভিতৰত আছে ইশান্ত শৰ্মা, অতনু দাস, দীপিকা ঠাকুৰ,দীপক হুডা,ডিবিজ শৰ্মা, মিৰাবাই ছানু, সাক্সি মালিক। এই সম্পৰ্কে পৰৱৰ্তী সময়ৰ সিদ্ধান্ত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজজুৱে গ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.