অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।এই প্ৰতিষ্ঠা দিৱস দেৰগাঁৱৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব।বিগত ৩৫ বছৰে অসম গণ পৰিষদে অসমৰ ৰাজনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অতুল বৰাই কয় যে অসম গণ পৰিষদৰ দলটোক আগবঢ়াই লৈ যাবলৈ অঙ্গীকাৰবদ্ধ।ৰাজ্যখনৰ জাতীয়তাবাদৰ ভেটি একপক্ষীয়, আক্ৰোশমূলক আৰু পৰিকল্পিত ভাৱে থানবান কৰা সকলো ধৰণৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী সদস্য সাজু বুলি তেখেতে উল্লেখ কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী