অসম লোক সেৱা আয়োগৰ (ৰাজহ বিভাগত) ৩৩ নং স্থান দখলেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জগদুৱাৰ নপমুৱা গাঁৱৰ ৰন্টু বৰুৱাই । উল্লেখযোগ্য যে বৰুৱা মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বিষয় শিক্ষক । তাৎপৰ্যপূৰ্ণ এই যে অসম লোক সেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰবক্তাৰ পৰীক্ষাতো উৰ্তীণ হৈছিল বৰুৱা।উক্ত খবৰ বিয়পাৰ লগে লগে আজি পুৱাৰ পৰাই বৰুৱাৰ বাসগৃহত বিভিন্নজন ইষ্ট,কুটুম্ব, শুভাকাংক্ষী তথা দল সংগঠন উপস্থিত হৈ সম্বৰ্দ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰিছে।বৰুৱাই এই কৃতিত্বৰ বাবে পৰিয়াল তথা প্ৰতিজন শুভাকাংক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান