অসমৰ গাহৰি পালক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাৰ সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ অৰ্থে কালি এখনি সংবাদমেল অনুষ্ঠিত কৰে।গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলখনত উত্তৰ পূব প্ৰগতিশীল গাহৰি পালক সন্থাৰ সম্পাদকে কয় যে লকডাউনৰ বাবে গাহৰি পালক সকলে লকডাউনৰ পিছত গাহৰিৰ বাবে পয্যাপ্ত সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উপাৰ্জনহীনতাত ভূগিছে।ইয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফ্লুৱে যথেষ্ট প্ৰভাৱ পেলাইছে।সেয়েহে বিভাগীয় কৰ্তৃপক্ষক গাহৰি পালনৰ ক্ষেত্ৰত সুস্থ পৰিৱেশ গঢ়ি দিবলৈ সংবাদমেলৰ যোগে আহ্বান জনাইছে।
Trending
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন