প্ৰথমবাৰৰ বাবে অসমৰ উইনট্ৰব হস্পিতালত এক কৰ্মশালা আয়োজন কৰা হৈছে। লেজাৰৰ চিকিৎসাৰ জৰিয়তে কিদৰে এজন ৰোগী য়ে অতি সহজতে আৰোগ্য লাভ কৰিব পাৰি, হৃদযন্ত্ৰ সমস্যা থকা ব্যক্তিয়ে, এজমা অথবা কোনো ৰোগৰ পৰীক্ষাৰ বাবে অসহজবোধ কৰা ব্যক্তিয়ে সহজতে চিকিসা সেৱা গ্ৰহণ কৰিব পাৰে। উল্লেখযোগ্য যে অতি কম খৰচত Wintrobe Hospital য়ে সেৱা আগবঢ়াই আহিছে। বিশেষকৈ বয়স্ক ব্যক্তি, সুৰক্ষা কৰ্মী সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি, শিশু, ছাত্ৰ ছাত্ৰীৰ বিনামুলীয়া বিশেষ পৰামৰ্শৰ লগতে ৰেহাইৰ ব্যৱস্থা আছে। ইউৰলজী বিভাগৰ মুৰব্বী ডাo অৰূপ কুমাৰ নাথৰ নেতৃত্বত এই কৰ্মশালা আয়োজন হৈছে। উক্ত কৰ্মশালাত বহুকেইজন আতিথি চিকিৎসক লগতে বিভিন্ন ধৰণৰ কাৰ্যসুচী গ্ৰহণ কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিছে।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত

