কালি আনুষ্ঠানিক ভাৱে মুকলি হ’ল মৈত্ৰী সেতু।এই সেতু খন ভাৰত আৰু বাংলাদেশ ত্ৰিপাক্ষিক সম্পৰ্ক আৰু মৈত্ৰীপূৰ্ণ সম্বন্ধৰ প্ৰতীক।ত্ৰিপুৰাৰ ফেনী নদীৰ ওপৰত নিৰ্মাণ হোৱা এই সেতু খনে ত্ৰিপুৰা তথা উত্তৰ পূবৰ মাইল খুটি বিবেচনা কৰিব পাৰিব।এই সম্পৰ্কে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এই মৈত্ৰী সেতু খনে ত্ৰিপুৰাৰ পৰ্যটন আৰু বাণিজ্যিক দিশটোক বিশেষ ভাৱে প্ৰভাৱিত কৰিব।উল্লেখযোগ্য যে এই ক্ষেত্ৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনায়ো সহায়ৰ হাত আগবঢ়াইছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ