৬৭ লাখ প্ৰজাতিৰ ডি এন এ সংৰক্ষণ কৰিব চন্দ্ৰত

0 265

আমাৰ পৃথিৱীৰ বাহিৰেও মহাকাশৰ চন্দ্ৰটো মানৱ প্ৰজাতি সংৰক্ষণ কৰাৰ বাবে প্ৰয়াস কৰিছে।ইয়াৰ অংশস্বৰূপে আমেৰিকা বৈজ্ঞানিক সকলে সমগ্ৰ পৃথিৱীৰ ৬৭ লাখ প্ৰজাতিৰ ডি এন এ সংৰক্ষণ গছ গছনিৰ বীজ সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰিছে।
আমেৰিকা বৈজ্ঞানিক সকলৰ মতে চন্দ্ৰত মানৱ জাতিৰ স্পাম ক্লোজিনিকেল ফ্ৰজেন কৰি চন্দ্ৰলৈ পঠাব।কমেও ৩০০ কোটি বছৰ ধৰি সংৰক্ষণ হৈ থাকিব। আমেৰিকাৰ বৈজ্ঞানিক সকলে দাবী কৰা অনুসৰি পৃথিৱীৰ পৰা মানৱ জাতি বিলুপ্ত হ’লেও এই জীন বেংক এনে প্ৰজাতি সমূহ সংৰক্ষণ হৈ থাকিব ।উল্লেখযোগ্য যে চন্দ্ৰ পৃথিৱীৰ পৰা ২,৩৮,৮৫৫ মাইলৰ দূৰত আছে।

Leave A Reply

Your email address will not be published.