আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰিক মহকুমা হিচাপে স্বীকৃতি দিবলৈ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ উল্লেখযোগ্য যে, বিধায়ক জনে কালি আমগুৰিৰ বিষয়া সকল লগত লৈ আমগুৰি চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাছত ক’ভিডৰ পৰিস্থিতি সম্পৰ্কে বুজ লয় আৰু নতুনকৈ ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ সম্পৰ্কত উপঅধীক্ষক সৈতে আলোচনাত মিলিত হয়৷ ইতিমধ্যে জিলা উপায়ুক্তৰ লগত আলোচনা কৰি আমগুৰিলৈ এখন এম্বুলেন্স আৰু বৃহৎ পৰিমানৰ ভেকচিন যোগান ধৰিবলৈ আহ্বান জনাইছে৷এই সম্পৰ্কত বিধায়ক গৰাকীয়ে কয় যে আমগুৰিবাসীৰ সপোনৰ সৌৰপ্ৰকল্পৰ কাম ইতিমধ্যে ষাঠি শতাংশ কাম হৈছে আৰু প্ৰায় ডেৰ মাহৰ ভিতৰত ইয়াৰ উৎপাদন আৰম্ভ হ’ব৷ লগতে কয় যে ঘৰে ঘৰে পানী যোগান আচঁনি, নাট্যমন্দিৰ আৰু ষ্টেডিয়াম সম্পূৰ্ণ কৰা, নামঘৰ সম্পূৰ্ণ কৰা আদিত অগ্ৰাধিকাৰ দিয়া হ’ব৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram