ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰহাৰ চিকিৎসক, নাৰ্চ,স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী, গাওঁবুঢ়া,চাফাই কৰ্মী আদিক সম্বৰ্ধনা জনোৱা হয়। ক`ৰণা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত প্ৰথম শ্ৰেণীৰ যুদ্ধা হিচাপে দিনে নিশাই কৰ্মত ব্যস্ত হৈ মানব সেৱাত ব্ৰতী হৈ থকাৰ বাবে সকলোকে আছুৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰা হয়।ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আত ধৰা এই অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্হাৰ তথ্য সম্পাদক মৃদুল হাজৰিকা,ৰহা আঞ্চলিক ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সম্পাদক ভাৰত বৰুৱা, শিক্ষা সম্পাদক নিহাৰ ৰাজাকে ধৰি আছুৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন