যশস্বী শিশু সাহিত্যিক তথা বিজ্ঞানী শান্তনু তামুলীলৈ যোৰহাট ৰত্ন বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে,শান্তনু তামুলী তেওঁৰ ছদ্ম নাম। প্ৰকৃত নাম ড° প্ৰমোদ চন্দ্ৰ তামুলী। জনপ্ৰিয় কিশোৰ আলোচনী মৌচাকৰ সম্পাদকজন তেওঁৰ ছদ্মনামেৰেহে সকলোৰে পৰিচিত।তেওঁ কেতিয়াবা ‘কৃষাণু’ ছদ্মনামেৰেও লিখিছিল।যোৰহাটস্থ ‘নেইষ্ট’(North East Institute of Science and Technology ) অৰ্থাৎ এসময়ৰ আৰ আৰ এল (RRL)R অৱসৰী বিজ্ঞানী ড° প্ৰমোদ চন্দ্ৰ তামুলীক বিজ্ঞান আৰু সাহিত্য উভয় দিশতে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটাৰ বাবে মনোনীত কৰা হৈছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী