টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা তথা গোলাঘাটৰ জীয়ৰী অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোহাঁইৰ উন্নত প্ৰদৰ্শনৰ কামনাৰে আজি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ বাহিৰত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছিল । উল্লেখযোগ্য যে ভাৰতীয় বক্সাৰ লাভলীনাই অহা ২৭ জুলাইত জাৰ্মানীৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হ’ব।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি