পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰী তিনিআলিত ৭৫তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে গাওঁবুঢ়া সনজিৎ কুমাৰ দাসে৷৭৫তম স্বাধীনতা দিৱস উপলক্ষে ফুলবাৰী বজাৰ কমিটি আৰু ছিটিজেন ফণ্টৰ যুটিয়া উদ্যোগত এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷উক্ত সভাত মেট্ৰিক আৰু হায়াছেকেণ্ডীৰ পৰীক্ষাত বেছি নম্বৰ পোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায় আৰু লগতে ফুলবাৰীক এখন সুন্দৰ আৰু আদৰ্শ ঠাই হিচাপে গঢি তোলাৰ পোষকতা কৰে৷
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়