৭৫তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলা প্ৰশাসনে পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩নং মেধিপাৰা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মী জোনালী দাসক নিজস্ব পাৰদৰ্শিতাৰ বাবে জিলা শ্ৰেষ্ঠ অঙ্গনবাদী কৰ্মী বঁটা প্ৰদান কৰে। জিলাখনৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন্ য়ে ফুলাম গামোচা, প্ৰশস্তি পত্র আৰু ট্ৰফী প্ৰদান কৰে অঙ্গনবাদী কৰ্মীগৰাকীক। ৩ং মেধিপাৰাৰ প্ৰতিভাধৰ যুৱ নেতা-কবি অমিয় কুমাৰ দাসৰ পত্নী জোনালী দাসে এই সন্মান লাভ কৰাৰ বাবে বাটৰহাটৰ বিশিষ্ট কবি-সাহিত্যিক পদ্মৰাম নাথ, বহুবাক (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি,অসমৰ সম্পাদক যুগল প্ৰভৃতি দল-সংগঠনে অভিনন্দন জনাইছে।।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram