অসমৰ আগশাৰীৰ সাহিত্য,সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ ২০২১ বৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ বঁটা প্ৰদান অনুষ্ঠান অলপতে গুৱাহাটী প্ৰেছ ক্লাবত এক গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানতে আজাৰাৰ নিৰ্মলা শৰ্মাক “সুন্দৰ সাধনা বঁটা -২০২১” প্ৰদান কৰা হয়।অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডালিমী কোঁৱৰ, অজিত দত্ত,ৰণাল্ডো টাইড,ৰত্নেশ্বৰ বসুমতাৰী,ৰিজু হাজৰিকা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।তেখেত ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন চাৰ্জেণ্ট সুভাষ শৰ্মাৰ পত্নী নিৰ্মলা শৰ্মা ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰী নাৰ্চাৰী স্কুল বৰঝাৰৰ এগৰাকী শিক্ষয়িত্ৰী।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা