চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে সুখবৰ।নগাঁৱত মুকলি কৰা হৈছে এটি বোলছবি গৃহ।অত্যাধুনিক সুবিধাযুক্ত এই বোলছবি গৃহটি মুকলি কৰা হৈছে বৰঘাটত। বৰঘাটৰ ৰিফ্ৰেচক’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ চৌহদত স্থাপন কৰা হৈছে গৃহটো। এই বোলছবি গৃহটো শুভ উন্মোচন কৰে নগাঁৱৰ উপায়ুক্তই। বোলছবি গৃহটো নাম হৈছে অপেৰা চিনেমা ।উল্লেখযোগ্য যে কামপুৰৰ উদিয়মান যুৱ ব্যৱসায়ী গৌতম বৰাই নিৰ্মান কৰোৱা ১২০ জন লোকে চাব পৰা এই ছবিগৃহটিগৃহটো মুকলি কৰাৰ পিছতে আৰম্ভ হোৱা প্ৰথম দৰ্শনীত যথেষ্ট লোকৰ সমাগম হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন