দক্ষিণ কামৰূপৰ আমৰাঙ্গা বৰিহাট অঞ্চলৰ পেৰেডাইজ থ্ৰী এ এম নামৰ ইউ টিউৱ চেনেলটোৰ প্ৰযোজনাত কবি, নাট্যকাৰ ডাঃ আশীষ ৰঞ্জন দাসৰ কাহিনীৰে নিৰ্মিত হৈছে এখন চুটি ছবি ‘মই ভাগৰা নাই’ শীৰ্ষক চুটি ছবিখন প্ৰাণজিৎ দাসে পৰিচালনা কৰিছে। ৰঞ্জন দাস, কাবেৰি কৃষ্ণা কলিতা, শিখা ঠাকুৰীয়া, পৰশজ্যোতি দাস আদিয়ে অভিনয় কৰা এই ছবিখন চানলাইট ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছে। সম্পূৰ্ণ গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মিত হোৱা ছবিখনত দেউতাকে অভাৱ- অনাটনৰ মাজেৰে নিজৰ সন্তানটিক শিক্ষিত কৰিবলৈ কৰা সংগ্ৰামৰ কাহিনী সন্নিবিষ্ট হৈছে “মই ভাগৰা নাই” চুটি ছবিখনত।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি