শোণিতপুৰৰ বালিপৰাৰ হাড়চূড়াত চাহ বাগিছাত মে দিৱসৰ লগত সংগতি ৰাখি চাহ গছ সম্বৰ্ধনা বিষয়ক এক ব্যতিক্ৰমী সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। গুডৰিক গ্ৰুপ লিমিটেড হাড়চূড়া চাহ বাগিছাৰ উদ্যোগত অনুষ্ঠিত সজাগতামূলক চঅনুষ্ঠানটোত চাহ গছৰ গুৰুত্ব, চাহ গছ ৰোপণ আৰু প্ৰতিপালন, চাহ গছ সংৰক্ষণ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় । একেদৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি One cup with positivity – TEA with everybody শীৰ্ষক এক চাহ মেলত চাহ শ্ৰমিকৰ সৈতেও মত বিনিময় কৰা হয় । অনুষ্ঠানটোত এবিটা য’ন ৩ ৰ সম্পাদক মৃন্ময় বৰুৱা, সহকাৰী সম্পাদক আদিত্য চক্ৰৱৰ্তী, এ চি এম এছৰ তেজপুৰ শাখাৰ সম্পাদককে আদি কৰি চাহ বাগিছাখনৰ বিভিন্ন বিষয়াবৰ্গ, চাহ শ্ৰমিকসকল উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী