বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। মুখ্য কাৰ্যসূচী অনুসৰি, কাৰ্যালয়ৰ কাষত প্ৰায় ৪০ জোপা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়। গছ পুলি ৰোপণ কৰি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় যে ‘গছ অবিহনে প্ৰকৃতি কল্পনাই কৰিবই নোৱাৰি। তেনেস্থলত আমাৰ কৰিব লগীয়া তেনেই নগন্য, আৰু সেয়া হৈছে আমি প্ৰকৃতিক সুৰক্ষা কৰিবলৈ গছ ৰোপণৰ লগতে দৈনন্দিন প্লাষ্টিক ব্যৱহাৰ এৰি চলিব লাগিব। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আগমন কক্ষত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীক প্ৰায় ৪০০ ফুলগছ টাবসহ প্ৰদান কৰা হয়। যাত্ৰী সকলৰ মাজত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি থকা কুইজ প্ৰতিযোগীতাৰো আয়োজন কৰা হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন