গুৱাহাটীস্থিত ছাই কমপ্লেক্সত অহা ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম এথলেটিকছৰ ৬৫ জনীয়া দল ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই।প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া ১৪,১৬,১৮ আৰু ২০বছৰ অনুৰ্ধ্বৰ ল’ৰা আৰু ছোৱালী উভয়ৰে অসম দলত বাছনিপ্ৰাপ্ত খেলুৱৈ সকল ক্ৰমে,লৰাৰ-হিৰণ্য বৰুৱা, জাকি কবীৰ, স্নিগ্ধ প্ৰতীম কোঁৱৰ, মৌচম আলী, প্ৰীতম ফুকন, কৌশিক গগৈ,পাৰ্থপ্ৰতীম চাংমাই,সঞ্জীৱ দলে,বিগ্ৰাই ৰাভা,বিকি কলিতা,ময়ূৰ বেজবৰুৱা,মানস প্ৰতীম ৰাভা,সুভম ঘোষ,চন্দন টাই,পাৰ্থপ্ৰতীম বৰগোহাঁই,সঞ্জীৱ টাই,মুন্না কুমাৰ ব্ৰহ্ম,ইন্দিভৰ হাজৰিকা,অভিষেক মহালি,আস্থাজিত কোঁৱৰ,হেমাংগ বৰগোহাঁই,পিন্টু বৰঠাকুৰ,আয়ুসিক গগৈ,কপিল লাহন, কুমাৰ চিন্টম কাশ্যপ, ৰোহন পেগু,সঞ্জয় দাস,ৰূপম কুমাৰ, কল্যাণ বৰা,মেহদী হাছান,প্ৰবাল কোঁৱৰ,যোগান্ত চাংমাই,প্ৰমোদ হাগজাৰ,চিন্ময় বৰুৱা,চুমকৰ ইচলাৰী,ইফালে ছোৱালীৰ- স্পৰ্শাজ্যোতি বৰা,ধৃতিমা উজীৰ,মাহী দাস, ৰোহিনা বৰগোহাঁই,ৰিমঝিম শইকীয়া,ভবানী শইকীয়া,পাৰিজাত দলে,অপ্সৰা সোনাৰ,ৰেস্না পেগু,লক্ষ্মী বাইপী,সুস্মিতা শইকীয়া,কাদম্বৰী মুদিয়াৰ,চয়নিকা গগৈ,নিকুমণি পাঠক,পুলি দলে,চাবিয়া চবাৰ,পাহি কেওঁট,ছাংমিৰ টেৰংপি,ডেনিম বৰুৱা,অমিষা পেগু,মণিষা ছেত্ৰী,ইস্মিতা মাহাজন,প্ৰতিক্ষা বৰুৱা,মেৰিনা কোঁৱৰ,পদ্মীনি দাস,শিখামনি বৰগোহাঁই,সংঘামিত্ৰা পল,ডিম্পী মেধি।অসম এথলেটিকছৰ দলটোলৈ অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি