কন্ঠশিল্পী উত্তম ৰাভাই আজি লাভ কৰিছে বীৰ সন্দে ডাকুৱা বঁটা। সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক সমাজ নামৰ সংগঠনটোৱে বকোত এই প্ৰদান কৰে। সংগঠনটোৰ হৈ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ডা: শৰৎ চন্দ্ৰ ৰাভাই শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে।এই বঁটাত আছে এখন ৰাভা পাজাৰ,এখন অভিনন্দন পত্ৰ,এটা স্মাৰক আৰু নগদ দহ হাজাৰ টকা। উল্লেখযোগ্য যে শিল্পী উত্তম ৰাভাই ৩০বছৰ ধৰি যাত্ৰা নাট্যদলত কন্ঠশিল্পী হিচাপে সেৱা আগবঢ়াই আহিছে।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী