ৰঙিয়াৰ মহখলিত দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱ উপলক্ষে আজি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ’চি লেফ্টেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক বিশেষ সম্বৰ্ধনা জনোৱা হয়।নিজৰ জন্মস্থানত এনেদৰে বিশেষ কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই অভিভূত হৈ পৰে সেনাৰ উচ্চ পদস্থ বিষয়া কলিতা।আনহাতে অসম সাহিত্য সভাৰ শাখা ৰণদিয়া সাহিত্য সভাই এক অন্তৰংগ আলাপত ৰাণা প্ৰতাপ কলিতাক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। শাখাৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটোত কলিতাই ছাত্ৰৱস্থাৰ বিষয়ে উল্লেখ কৰি নষ্টালজিক হৈ পৰে।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী