আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল এগৰাকী অসম সন্তান। ফটোগ্ৰাফীৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন দৰঙৰ এজন যুৱকে।ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত কনজাৰভেশ্যন শিতানত বিজয়ী অসমৰ ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ তথা কনজাৰভেশ্যনিষ্ট নেজিব আহমেদ।উল্লেখ্য যে নেজিব আহমেদৰ ঘৰ হৈছে দৰঙৰ দলগাঁৱত।শেহতীয়াকৈ নেচাৰ ইন ফ’কাচৰ দ্বাৰা আয়োজন কৰা হৈছিল এক ফটোগ্ৰাফী প্ৰতিযোগিতা।এই প্ৰতিযোগিতাৰে কনজাৰভেশ্যন শিতানত জয়ী হয় নেজিব আহমেদ।ঢেকীয়াপতিয়া বাঘৰ আতংকৰ ফটো তুলি জয়ী হয় নেজিব আহমেদ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছিল আহমেদৰ ফটো।নেশ্যনেল জিঅ’গ্ৰাফী, চোনী, বিবিচি, চেঞ্চুৰী এছিয়া আদি বিভিন্ন চেনেলত প্ৰকাশ পাই আহিছে নেজিবে তোলা আলোকচিত্ৰ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক