গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰাজহুৱা খেলপথাৰত খানামুখ য়ুথ স্পৰ্টছ ক্লাৱৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে মিনি ফুটবল প্ৰতিযোগিতা।পুৱা প্ৰতিযোগিতা উদ্ধোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকর্মী ধৰ্মকান্ত কলিতাই।এই উপলক্ষে ক্লাৱৰ সভাপতি ধৃতিমান দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সম্পাদক ৰাহুল কলিতাই।অনুষ্ঠানত খানামুখ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ পৰিচালনা কমিটিৰসভাপতি যাদৱ চন্দ্ৰ কলিতা , উপদেষ্টা বীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়া,উপ সভাপতিদ্বয় কমল কলিতা আৰু কনক বৈশ্য ,খানামুখ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বদন কলিতা ,প্ৰধান শিক্ষক ৰিদীপ কুমাৰ ভট্টাচাৰ্য ,সহকাৰী শিক্ষয়িত্ৰীদ্বয় মল্লিকা বেজবৰুৱা দাস আৰু কুমাৰী ডিচডিমনা,খানামুখ মিলন সংঘৰ সভাপতি উৎপল বৰ্মন ,সম্পাদক চন্দন কলিতা ,সমাজকর্মী ধীৰাজ কলিতা ,জয়ন্ত কলিতা,ৰমাকান্ত কলিতাকে ধৰি ক্ৰীড়াৰ লগত জড়িত বহু লোক উপস্থিত থাকে ।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক