অহা ৫ এপ্ৰিলত গৌহাটী উচ্চ ন্যায়ালয়ৰ ৭৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে সেইদিনা গুৱাহাটীৰ পাণবজাৰস্থিত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সন্ধিয়া ৫বজাৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিব। অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়াই গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
Trending
- নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠান অনুষ্ঠিত
- বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন-শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী
- কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
- প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু
- Department of Posts (DoP) and National Stock Exchange of India Limited (NSE) Sign MoU to Advance Financial Inclusion through Mutual Fund Distribution
- নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা