দক্ষিণ কামৰূপৰ মিৰ্জাত ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ এখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত পাৰ্লাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেতা, পৰিচালক, গীতিকাৰ মি° ৰাজকুমাৰে। মুকলি কৰি ৰাজকুমাৰে দুই উদ্যোমী মহিলাক শুভেচ্ছা জনোৱাৰ লগতে এনে প্ৰচেষ্টাক শলাগ লয় আৰু সকলোকে অত্যাধুনিক ইউনিয়ন পাৰ্লাৰ খনলৈ আহি ৰূপ সৌন্দৰ্য কৰিবলৈ আহ্বান জনায়। পাৰ্লাৰখনৰ স্বত্বাধিকাৰী ৰূপজ্যোতি দাস আৰু নৱনিতা দাসে মহিলা সকলৰ ৰূপ সজ্জাৰ ক্ষেত্ৰত অত্যাধুনিক সুবিধাৰে ভৰপুৰ তথা সকলোৰে বাবে গ্ৰহণযোগ্য মাচুলৰে পাৰ্লাৰখনত ৰূপ সৌন্দৰ্যৰ কাম কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। মুকলি অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজনমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা