কমলপুৰ ষ্টাৰ ক্লাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ লাভ কৰা ২৭গৰাকী কীৰ্তিমানক আজি সম্বৰ্দ্ধনা জনায়।এই সম্বৰ্দ্ধনা অনুষ্ঠানটো সঞ্চালনা কৰে ক্লাৱৰ সভাপতি মইনুল আলীয়ে। সম্বৰ্দ্ধনা অনুষ্ঠানটোত কীৰ্তিমানসকলক উদ্দেশ্যি ভাষণ প্রদান কৰে কমলপুৰ উচ্চতৰ মাধ্যমিক উপাধ্যক্ষ চান মহম্মদ আলী আহমেদ,শংকৰ আজান শিক্ষা নিকেতনৰ অধ্যক্ষ কমল চন্দ্র ডেকা, আৰু সাংবাদিক দীপক দাসে। অনুষ্ঠানত বক্তা সকলে কীৰ্তিমানসকলক সমাজৰ একোগৰাকী সু নাগৰিক হৈ সমাজসেৱা কৰিবলৈ আহ্বান জনায়। আনহাতে কীৰ্তিমানসকলক মানপত্র, ফুলাম গামোচা, কিতাপৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়।এই অনুষ্ঠানত বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures