সুখবৰ ! অৰুণাচল প্ৰদেশৰ শিক্ষাৰ্থীলৈ

0 433

সুখবৰ ! অৰুণাচল প্ৰদেশৰ সমুহ শিক্ষাৰ্থীলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত যাতে অধিক সংখ্যক ছাত্ৰ- ছাত্ৰী সফল হ’ব পাৰে, তাৰ উদ্দেশ্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সাহাৰ্য্যৰ ধনৰাশি বৃদ্ধি কৰিছে। অৰুণাচল চৰকাৰৰ শিক্ষা সচিব বিদল পায়েঙে স্বাক্ষৰ কৰা এক ৰ্নিদেশত এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ অসামৰিক সেৱাত প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এক লাখ টকা সাহাৰ্য্যৰ পৰিবৰ্ত্তে দুই লাখ টকাৰ সাহাৰ্য্যৰ আগবঢ়াব বুলি প্ৰচাৰ হোৱা সুখবৰে অৰুণাচল প্ৰদেশৰ শিক্ষাৰ্থী সকললৈ আশাৰ ৰেঙনি কঢ়িয়াছে ।

 college.jpgbig

এনে ধৰণৰ যদি কিবা সুখবৰ আপুনি ঞ্জাত আমালৈ লিখিব পাৰে | আমাৰ ই-মেল –nefocus5@gmail.com

Leave A Reply

Your email address will not be published.