ডা০ মানিক চন্দ্ৰ দত্ত স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়| এই স্মৃতিচাৰণ সভাত ভিক্ষাৰীৰ জীৱন শৈলী সম্পৰ্কীয় পদপথৰ ঠিকনা বিচাৰি শীৰ্ষক এখন তথ্য চিত্ৰ উন্মোচন কৰে| তথ্যচিত্ৰ খন উন্মোচন কৰে বিশিষ্ট চিকিৎসক ডা০ হিতেশ বৰুৱাই| উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে শিল্পী ডা০ অঞ্জন জ্যোতি চৌধুৰী,গীতাশ্ৰী শৰ্মা,কামিনী সিনহাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি| তথ্যচিত্ৰ খন প্ৰযোজনা কৰিছে ভৃগু কুমাৰ দত্ত আৰু পৰিচালনা কৰিছে পাৰিজাত সন্দিকৈয়ে|
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা