৯নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা।চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান অনুষ্ঠিত হ’বলগা গ্ৰন্থ মেলাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিয়ে।মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিগত বৰ্ষৰ দৰে এইবাৰৰ গ্ৰন্থমেলাত বিদ্যালয় মহাবিদ্যালয়ৰ মাজত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।দুটা বিশেষ দিনত১২গৰাকী বিশিষ্ট প্ৰকাশকৰ লগতে ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব।দিল্লী,কলিকতা,পাটনা,আহমেদাবাদ,লুধিয়ানা, মুম্বাই,বাংলাদেশ,আৰু অসমৰ বহু প্ৰকাশকে গ্ৰন্থমেলাখনত যোগদান কৰিব ।এই কথা সদৰী কৰিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন