ৰাজ্যৰ সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ পৰিছে।মহানগৰীৰ ৰাজপথ জনশূন্যতাই বিৰাজ কৰিছে ।মাথো কৰ্তব্যত আছে আৰক্ষী, প্ৰশাসনৰ লোক অথবা চৰকাৰী বিষয়া।লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদ স্থলীত দেখা গ’ল হাজাৰ লোকৰ সমাগম।প্ৰখৰ ৰ’দকো নেওচি ওলাই আহিল বহুজন ।বহুতে ভিৰৰ মাজতে বিচাৰি পালে জীৱিকাৰ ছন্দ ।সৰু সুৰা ব্যৱসায় যেনে বাদাম, পানী, তামোল পানৰ ব্যৱসায়ী সকলৰ ব্যৱসায়ে তত্ পালে।ৰাস্তাত দেখা হ’ল কেইখনমান চৰকাৰী বাছৰ চলাচল।কোনো ভিৰ অথবা ট্ৰেফিক জাম আজি পৰিলক্ষিত নহ’ল।ইফালে গনেশগুৰিত লক্ষ্মী পূজাৰ সা-সামগ্ৰী বজাৰ বঢ়া পৰিলক্ষিত হয়।বন্ধৰ মাজতে একাংশই গতানুগতিক ভাৱে নিজ কৰ্ম সম্পাদন কৰে।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা