মানৱ সভ্যতাৰ যিমানেই প্ৰসাৰিত হৈছে, সমান্তৰালভাৱে নীতি নিয়ম প্ৰণয়ন হৈছে ।শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ চিচুমা নামৰ এখন গাঁৱে বিশ্বৰ বুকুত বিশেষ গাঁও হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে ।মহাত্মা গান্ধীৰ স্বচ্চতাৰ সপোনক বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে।কহিমা চহৰৰ পৰা প্ৰায় ৩৫কি,মি দূৰত অৱস্থিত গাঁওখনে নিচামুক্ত, প্লাষ্টিক মুক্ত গাঁও হিচাপে পৰিচয় জিনিছে।গাঁও খনক চাবলৈ ইতিমধ্যে বিভিন্ন ঠাইৰ পৰ্যটকৰ সমাগম হৈছে।আনহাতে মেঘালয় শ্বিলঙৰ Impulse ngo network নামৰ বেচৰকাৰী সংস্থাটোৱে এতিয়ালৈকে প্ৰায় ৭৩,০০০হাজাৰ বিপদ গামী শিশু মহিলাক উদ্ধাৰ কৰি সংস্থাপন প্ৰদান কৰিছে ।উল্লেখযোগ্য যে এই সংস্থাটো পৰিচালনা কৰি আছে শ্বিলঙৰ হাচিনা খাৰভিহ নামৰ এগৰাকী মহিলাই।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা